SEBA English Class 10 Chapter 1 Answer 2025-26 । Chapter 1: A Letter to God । Chapter 1 English । First Flight Textbook । Question-answers of Chapter 1 English

এই পোষ্টোত Class 10 ৰ English পাঠ্যপুথিৰ Chapter 1: A letter to God পাঠৰ – সাৰাংশ, মূল উদ্দেশ্য আৰু বিষয়বস্তু, Important Word Meaning আদি সৰল আৰু সহজকৈ উপস্থাপন কৰা হৈছে ।

 

Explore our SEBA English textbook Summary, important vocabulary, theme of the chapter 1: A letter to God. Best summary in Assamese from A letter to God chapter 1. 

Chapter 1: A Letter to God

Chapter 1: A Letter to God Question Answers

Oral Comprehension Check

1. What did Lencho hope for? (লেঞ্চোৱে কি আশা কৰিছিল?)

Ans: Lencho hoped for rain to help his crops grow. (লেঞ্চোৱে বৰষুণৰ আশা কৰিছিল যাতে তেওঁৰ শস্য ভাল হয়।)

2. Why did Lencho say the raindrops were like 'new coins'? (লেঞ্চোৱে কিয় বৰষুণৰ টোপালবোৰক ‘নতুন মুদ্ৰা’ৰ দৰে বুলি কৈছিল?)

Ans: He said raindrops were like new coins because they would give him a good harvest and it gives him prosperity. (তেওঁ বৰষুণৰ টোপাল নতুন মুদ্ৰাৰ দৰে বুলি কৈছিল কাৰণ ইয়াৰ ফলত শস্য ভাল হ'ব আৰু সমৃদ্ধ কৰিব।)

3. How did the rain change? What happened to Lencho's fields? (বৰষুণ কেনেকৈ সলনি হৈছিল? লেঞ্চোৰ পথাৰত কি হৈছিল?)

Ans: The rain turned into a hailstorm. It ruined all of Lencho’s fields. (বৰষুণজাক শিলাবৃষ্টিলৈ সলনি হৈছিল আৰু ই লেঞ্চোৰ সকলো পথাৰ ধ্বংস কৰিছিল।)

4. What were Lencho's feelings when the hail stopped? (Page 5) (যেতিয়া শিলাবৃষ্টি বন্ধ হৈছিল লেঞ্চোৰ অনুভৱ কেনেকুৱা আছিল?)

Ans: Lencho felt sad and lost hope because his crops were destroyed. (লেঞ্চোৱে দুখী অনুভৱ কৰিছিল আৰু আশা হেৰুৱাই পেলাইছিল কাৰণ তেওঁৰ শস্য ধ্বংস হৈ গৈছিল।)

5. Who or what did Lencho have faith in? What did he do? (লেঞ্চোৰ কাৰ ওপৰত বা কিহৰ ওপৰত বিশ্বাস আছিল? তেওঁ কি কৰিছিল?)

Ans: Lencho had faith in God. He wrote a letter to God asking for 100 pesos. (লেঞ্চোৰ ভগৱানৰ ওপৰত বিশ্বাস আছিল। তেওঁ ভগৱানলৈ ১০০ পেছ’ বিচাৰি এখন চিঠি লিখিছিল।)

6. Who read the letter? (চিঠিখন কোনে পঢ়িছিল?)

Ans: The postmaster read the letter. (পোষ্টমাষ্টৰে চিঠিখন পঢ়িছিল।)

7. What did the postmaster do then? (তাৰ পিছত পোষ্টমাষ্টৰজনে কি কৰিছিল?)

Ans: He collected 70 pesos and sent it to Lencho with “God” written on it. (তেওঁ ৭০ পেছ’ জমা কৰি “ভগৱান" লিখি লেঞ্চোলৈ পঠিয়াই দিছিল।)

8. Was Lencho surprised to find a letter for him with money in it? (লেঞ্চোৱে টকাৰ সৈতে চিঠিখন পাই আচৰিত হৈছিল নেকি?)

Ans: No, Lencho wasn’t surprised because he believed God would help him. (নাই, লেঞ্চো আচৰিত হোৱা নাছিল কাৰণ তেওঁ ভাবিছিল ভগৱানে তাক সহায় কৰিব।)

9. What made him angry? (কিয় তাৰ খং উঠিছিল?)

Ans: He got angry because he got only 70 pesos instead of 100. (তেওঁৰ খং উঠিছিল কাৰণ তেওঁ ১০০ৰ ঠাইত ৭০ পেছ’ পাইছিল।)

Thinking About the Text

1. Who does Lencho have complete faith in? Which sentences in the story tell you this? (লেঞ্চোৰ কাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছিল? কাহিনীৰ কোনবোৰ বাক্যই এইটোৰ বিষয়ে সূচায়?)

Ans: Lencho fully trusts God. The story says, “All through the night, Lencho thought only of his one hope: the help of God,” and he wrote “To God” on the envelope, showing he believed God would save him. (লেঞ্চোৰ ভগৱানৰ ওপৰত সম্পূৰ্ণ ভৰসা আছিল। কাহিনীটোত, “গোটেই ৰাতি লেঞ্চোৱে কেৱল ভগৱানৰ সহায় কথা ভাবিছিল,” আৰু তেওঁ খামত “ভগৱানলৈ” লিখিছিল, আৰু তেওঁ ভাৱিছিল ভগৱানে তাক বচাব।)

2. Why does the postmaster send money to Lencho? Why does he sign the letter 'God'? (পোষ্টমাষ্টৰে লেঞ্চোলৈ কিয় টকা পঠিয়াইছে? তেওঁ চিঠিখনত ‘ভগৱান’ বুলি কিয় স্বাক্ষৰ কৰে?)

Ans: The postmaster sends money because he likes Lencho’s strong faith and wants to help him. He writes “God” so Lencho keeps thinking it’s from God, not people. (পোষ্টমাষ্টৰে টকা পঠাই কাৰণ তেওঁ লেঞ্চোৰ ভগৱানৰ ওপৰত থকা বিশ্বাস দেখি ভাল পায় আৰু তাক সহায় কৰিব খোজে। তেওঁ চিঠিৰ ওপৰত “ভগঢ়ান” বুলি লিখে যাতে লেঞ্চোৱে ভাবে এয়া ভগৱানৰ পৰা আহিছে, মানুহৰ পৰা নহয়।)

3. Did Lencho try to find out who had sent the money to him? Why/Why not? (লেঞ্চোৱে কোনে টকা পঠিয়াইছিল জানিবলৈ চেষ্টা কৰিছিল নেকি? কিয়/কিয় নহয়?)

Ans: No, Lencho didn’t try to find out because he was sure it came from God. His faith made him not doubt it. (নাই, লেঞ্চোৱে জানিবলৈ চেষ্টা কৰা নাছিল কাৰণ তেওঁ নিশ্চিত আছিল যে এয়া ভগৱানৰ পৰা আহিছে। তেওঁৰ বিশ্বাসৰ বাবে তেওঁ সন্দেহ নকৰিলে।)

4. Who does Lencho think has taken the rest of the money? What is the irony in the situation? (লেঞ্চোৱে কাক বাকী টকা লোৱা বুলি ভাবিছে? পৰিস্থিতিটোৰ হাস্যকৰ ৰূপ কি?)

Ans: Lencho thinks the post office people took the rest of the money. The funny thing is that they were the ones who helped him, but he calls them “crooks.” (লেঞ্চোৱে ভাবিছিল যে ডাকঘৰৰ মানুহে বাকী টকাখিনি লৈছে। মজাৰ কথাটো হ’ল, তেওঁলোকেই তাক সহায় কৰিছিল, কিন্তু তেওঁ তেওঁলোকক “চোৰ” বুলি অভিহিত কৰিছিল।)

5. Are there people like Lencho in the real world? What kind of a person would you say he is? (বাস্তৱত লেঞ্চোৰ দৰে মানুহ পৃথিৱীত আছে নে? তেওঁ কেনে ধৰণৰ মানুহ বুলি তুমি ক'বা?)

Ans: Yes, some people are like Lencho and trust God a lot. He’s simple and believes everything without asking questions.(হয়, কিছুমান মানুহ আছে লেঞ্চোৰ দৰে আৰু যিয়ে ভগৱানৰ ওপৰত যথেষ্ট ভৰসা কৰে। তেওঁ সৰল আৰু সকলো বিশ্বাস কৰে প্ৰশ্ন নকৰাকৈ।)

6. There are two kinds of conflict in the story: between humans and nature and between humans themselves. How are these conflicts illustrated? (কাহিনীত দুই ধৰণৰ সংঘাত আছে: মানুহ আৰু প্ৰকৃতিৰ মাজত আৰু মানুহ আৰু মানুহৰ মাজত। এই সংঘাতবোৰ কেনেকৈ দেখুওৱা হৈছে?)

Ans: The fight with nature is when the hailstorm breaks Lencho’s crops. The fight between people is when Lencho blames the post office workers for taking his money, even though they helped him. (প্ৰকৃতিৰ সৈতে সংঘাত হৈছে যেতিয়া শিলাবৃষ্টিয়ে লেঞ্চোৰ শস্য ধ্বংস কৰি পেলায়। মানুহৰ মাজত সংঘাত হ’ল যেতিয়া লেঞ্চোৱে ডাকঘৰৰ কৰ্মচাৰীসকলক তেওঁৰ টকা চুৰ কৰা বুলি দোষ দিয়ে, যদিও তেওঁলোকেই তাক সহায় কৰিছিল।)

Thinking About Language

1. There are different names in different parts of the world for storms, depending on their nature. Can you match the names in the box with their description below and fill in the blanks?

gale, whirlwind, cyclone, hurricane, tornado, typhoon

1. A violent tropical storm in which strong winds move in a circle: Ans: Cyclone

2. An extremely strong wind: Ans: Gale

3. A violent tropical storm with very strong winds: Ans: Typhoon

4. A violent storm whose centre is a cloud in the shape of a funnel: Ans: Tornado

5. A violent storm with very strong winds, especially in the western Atlantic Ocean: Ans: Hurricane

6. A very strong wind that moves very fast in a spinning movement and causes a lot of damage: Ans: Whirlwind

English Question Answers - Class 10 SEBA Board

English Question Answers Class 10

Share on Social Media