WhatsApp Image 2025-03-02 at 2.02.15 PM
WhatsApp Image 2025-03-02 at 2.02.15 PM

ইংৰাজী বৰ্ণমালা: ইংৰাজী ভাষাৰ মূল ভেটি – প্ৰকাৰ, উচ্চাৰণ !

Alphabets: Learn Types, Pronunciation, and More!

পৰিচয়:

 

বৰ্ণমালা হ’ল যিকোনো এটা ভাষাৰ মূল ভেটি। এইবোৰ হ’ল মৌলিক চিন যিবোৰে ধ্বনিৰ সৃষ্টি কৰে, যিবোৰ একত্ৰিত হৈ শব্দ, বাক্য আদি গঠন কৰে। এই পোষ্টোত আমি বৰ্ণমালা কি, ইয়াৰ প্ৰকাৰ, আৰু ইংৰাজী ভাষাত ইয়াৰ সঠিক উচ্চাৰণ কেনেকৈ কৰিব পাৰি সেই বিষয়ে আলোচনা কৰিম ।

 

বৰ্ণমালা কি? What is Alphabet?

 

বৰ্ণমালা হ’ল এটা ভাষা লিখিবলৈ ব্যৱহাৰ কৰা আখৰ বা চিনৰ সমষ্টি। প্ৰতিটো আখৰে এটা নিৰ্দিষ্ট ধ্বনি (বা ধ্বনিৰ সমষ্টি) প্ৰতিনিধিত্ব কৰে, যিয়ে শব্দ গঠন কৰাত সহায় কৰে। ইংৰাজী বৰ্ণমালাত ২৬টা আখৰ বা বৰ্ণ আছে।

 

বৰ্ণমালাৰ প্ৰকাৰ (Types of Alphabet):

 

ইংৰাজী বৰ্ণমালাক তিনিটা ভাগত ভাগ কৰা হৈছে :

 

1. স্বৰবৰ্ণ (Vowels):

 

-5 টা ।
-A, E, I, O, U

 

2. অৰ্ধ-স্বৰবৰ্ণ (Semi-Vowels):

 

-2 টা ।
-W আৰু Y

• কাৰণ কেতিয়াবা ই Vowel হিচাপে ব্যৱহৃত হয় । যেনে Two, Few, Boy আদি ।

•কেতিয়াবা ই consonant হিচাপে ব্যৱহৃত হয় অৰ্থাৎ যেতিয়া শব্দটোৰ আৰম্ভণি W বা Y ৰে হয় । যেনে – Wool, Wood, Yellow, Yatch আদি ।

 

3. ব্যঞ্জনবৰ্ণ (Consonants):

 

-19 টা ।

-B, C, D, F, G, H, J, K, L, M, N, P, Q, R, S, T, V, X, Z

 

বৰ্ণমালাৰ উচ্চাৰণ:

 

ইংৰাজী বৰ্ণমালাৰ আখৰবোৰৰ উচ্চাৰণ তলত দিয়া ধৰণৰ

Alphabet Types - Mind Map
বৰ্ণমালা (Alphabet)
স্বৰবৰ্ণ (Vowels)
5 টা
A, E, I, O, U
অৰ্ধ-স্বৰবৰ্ণ (Semi-Vowels)
2 টা
W, Y
ব্যঞ্জনবৰ্ণ (Consonants)
19 টা
B, C, D, F, G, H, J, K, L, M, N, P, Q, R, S, T, V, X, Z
Letter Pronunciation Assamese (অসমীয়া) Letter Pronunciation Assamese (অসমীয়া)
AAy BBeeবি
CSeeচি DDeeডি
EEe FEfএফ
GJeeজি HAichএইচ
IEyeআই JJayজে
KKayকে LElএল
MEmএম NEnএন
OOhঅ’ PPeeপি
QKyuকিউ RAarআৰ
SEsএছ TTeeটি
UYuইউ VVeeভি
WDouble-Uডাবল-ইউ XEksএক্স
YWhyৱাই ZZee/Zedজেড
Alphabet Pronunciation

🔊 Click a Letter to Hear the Pronunciation

অসমীয়া বৰ্ণমালাৰ সৈতে সামঞ্জস্য থকা ইংৰাজী বৰ্ণমালাৰ উচ্চাৰণ:

Assamese to English Alphabet
Assamese Letter English Equivalent Assamese Letter English Equivalent
A AA
I EE
U OO
RI E
OI O
OU K, CK, C
KH G
GH NG
CH CHH
J JH
NY T
TH D
DH N
T TH
D DH
N P
PH, F B
BH, V M
Y R
L W
SH SH
S H
ক্ষKSH ড়R
ঢ়RH য়Y
NG N
Tioশ্ব Tuচ্ছ (if "re" exists - future)
Assamese Vowel Sign English Equivalent
AA
িI
EE
U
OO
RI
E
OI
O
OU

তলৰ উদাহৰণ কেইটালৈ মন কৰা:-

Assamese Word Transliteration Assamese Word Transliteration
কলাKola ফুলPhool
ভাতBhaat নাঙলNaangal
চাঁদChaand সংগীতSangeet
ভৱিষ্যৎBhabishyat স্মৃতিSmriti
শ্বানShwaan পথPath
নদীNodi গছGos
দীপDeep আকাশAakash
পাহাৰPahaar সূৰ্যSurya
বতাহBotah গানGaan
মানুহManuh ভালBhaal

Vowels, Smei-vowels আৰু Consonants ভূমিকা:

 

স্বৰবৰ্ণ (Vowels):

 

স্বৰবৰ্ণবোৰে স্বতন্ত্ৰভাৱে ধ্বনি উৎপন্ন কৰে। ইহঁত শব্দৰ মূল আধাৰ। শব্দ আৰু উচ্চাৰণৰ বাবে আৱশ্যক।

 

অৰ্ধস্বৰবৰ্ণ (Semi-Vowels):

 

W আৰু Y অৰ্ধস্বৰবৰ্ণ বুলি কোৱা হয় কিয়নো ইহঁতে কেতিয়াবা স্বৰবৰ্ণৰ দৰে আৰু কেতিয়াবা ব্যঞ্জনবৰ্ণৰ দৰে কাম কৰে।

 

ব্যঞ্জনবৰ্ণ (Consonants):

 

ব্যঞ্জনবৰ্ণবোৰে স্বৰবৰ্ণৰ লগত সংযুক্ত হৈ ধ্বনি উৎপন্ন কৰে। ইহঁত শব্দ গঠনত সহায় কৰে।

 

Fun Facts:

  • ইংৰাজী বৰ্ণমালা লেটিন লিপিৰ পৰা উৎপত্তি লাভ কৰিছে।
  • “E” হৈছে ইংৰাজী ভাষাৰ সর্বাধিক ব্যৱহৃত আখৰ।
  • “Z” হৈছে সৰ্বনিম্ন ব্যৱহৃত আখৰ।

 

বৰ্ণমালা ভাষা শিকাৰ প্ৰথম পদক্ষেপ। ইংৰাজী বৰ্ণমালাৰ স্বৰবৰ্ণ, অৰ্ধস্বৰবৰ্ণ, আৰু ব্যঞ্জনবৰ্ণবোৰৰ সঠিক জ্ঞান আয়ত্ত কৰাৰ পাছত ইংৰাজী ভাষা শিকাৰ যাত্ৰাটোৰ আৰম্ভণি হয় প্ৰতিটো আখৰৰ উচ্চাৰণ সঠিকভাৱে শিকি তাক নিয়মিয়াকৈ অনুশীলন কৰা!

 

যদি তোমালোকক আৰু সহায়ৰ প্ৰয়োজন হয়, অনুগ্ৰহ কৰি Comment কৰিবা , আমি নিশ্চয়কৈ সহায় কৰিবলৈ প্ৰস্তুত!

Alphabet Quiz

Test Your Knowledge! 🧠

1. How many letters are there in the English alphabet?

2. Which of these is a vowel?

3. What is the pronunciation of the letter G?

4. What is the last letter of the English alphabet?

5. How many vowels are there in the English alphabet?

6. How is the letter "H" pronounced?

7. How is the letter "Y" pronounced?

8. What is the pronunciation of the letter "Z" in British English?

9. What is the pronunciation of the letter "C"?

10. How is the letter "X" pronounced?

What's Next Section

What’s Next?

Now that you’ve mastered the Alphabets, it’s time to move on to the next topic in Level 1:

Next Lesson: Person – Understanding First, Second, and Third Person

Explore All Topics in Level 1:

Share on Social Media