SEBA Class 10 Science Notes Chapter 10. পোহৰ- প্ৰতিফলন আৰু প্ৰতিসৰণ । Chapter 10 Science
SEBA Class 10 Science Notes Chapter 10. পোহৰ- প্ৰতিফলন আৰু প্ৰতিসৰণ । Chapter 10 Science
Seba Revision Notes পাঠ্যক্ৰমত বিজ্ঞানৰ প্ৰতিটো পাঠৰ পুংখানুপুংখভাৱে সৰল আৰু সাৱলীলভাৱে নোটসমূহ প্ৰস্তুত কৰা হৈছে। এতিয়ালৈ অসমীয়াত Online ত এনেকুৱা পাঠ্যক্ৰম উপলব্ধ হোৱা নাই । গতিকে আমাৰ এই পাঠ্যক্ৰমত Revision Notes, MCQ, Important questions, Sample Papers আদি বৰ্তমানৰ আৰ্হিত সুব সুন্দৰকৈ ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষাত সুবিধা হোৱাকৈ প্ৰস্তুত কৰি উলিওৱা হৈছে ।
পোহৰ– প্রতিফলন আৰু প্রতিসৰণ
Light- Reflection and Refraction
——————————————————————
✦ পোহৰ কি? What is Light?
- পোহৰ সাধাৰণতে এক শক্তি।
- ই electromagnetic wave (বিদ্যুৎ চুম্বকীয় তৰংগ) বা পোহৰৰ কিছুমান কণাৰ দ্বাৰা গতি কৰে ।
- পোহৰৰ কণাবোৰক ফ‘টন বুলি কোৱা হয় ।
- যিমান বেছি ফ’টন কণা থাকিব সিমান বেছি উজ্জ্বল পোহৰ দেখা যাব ।
- ফ’টন কণাৰ বহুতো শাৰীক ৰশ্মি বোলে । আৰু বহুতো ৰশ্মি ল’গ লাগি ৰশ্মি গুচ্ছৰ সৃষ্টি কৰে। ৰশ্মি গুচ্ছৰ বাবেই পোহৰ আমি দেখা পাওঁ।
ο ফ’টন → ৰশ্মি → ৰশ্মি গুচ্ছ → পোহৰ ।
- টৰ্চ, বাল্বৰ পৰা ৰশ্মি গুচ্ছ ওলায় ।
- পোহৰ সদায় সমান্তৰালভাৱে গতি কৰে
- শূণ্যত পোহৰৰ বেগ = 3×108 m/s
✦ পোহৰৰ অপবৰ্তন: Diffraction?
- পোহৰৰ গতিপথত অত্যন্ত ক্ষুদ্র বস্তু এটা থ’লে পোহৰে পোনে পোনে যোৱাৰ সলনি কাষেদি বেঁকা হৈ যোৱাৰ প্রবৃত্তি দেখুৱায়। ইয়াকে পোহৰৰ অপবর্তন (Diffraction) বোলে।
✦ পোহৰৰ প্ৰতিফলন (Reflection of Light):
- সংজ্ঞা: কোনো মাধ্যমৰ পৰা যোৱা পোহৰৰ ৰশ্মি কোনো পৃষ্ঠত খুন্দা খাই সেই আগৰ মাধ্যমলৈ ওভতি যোৱা পৰিঘটনাক পোহৰৰ প্ৰতিফলন বোলে ।
🔹 প্ৰতিফলনৰ সূত্ৰ:
- আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি, আৰু আপতন বিন্দুত টনা অভিলম্ব একেখন সমতলত থাকে।
- আপতন কোণ (∠i) আৰু প্ৰতিফলন কোণ (∠r) সমান ।
অৰ্থাৎ ∠i = ∠r
Class 10 ৰ বিজ্ঞানৰ প্ৰতিটো পাঠৰ সাৱলীল Revision Notes ৰ লগতে SEBA ৰ নতুন আৰ্হিত প্ৰস্তুত কৰা MCQ, Important Questions, Sample Papers আদিৰ বাবে তলৰ পাঠ্যক্ৰমটোত এতিয়াই Enroll কৰা।
লগতে 100 টকা ৰেহাই পাবলৈ Coupon Code: New Gem প্ৰয়োগ কৰা।
Enroll Nowবিজ্ঞানৰ সম্পূৰ্ণ Revision Notes, MCQ, Important questions, Sample Papers আদিৰ বাবে তলৰ পাঠ্যক্ৰমটোত Enroll কৰা । সুব সুন্দৰ আৰু সাৱলীলভাৱে লগতে ছবিৰ দ্বাৰা বিষয়সমূহ উপস্থাপন কৰা হৈছে। তোমালোকক কথা দিছোঁ যে এই পাঠ্যক্ৰমটো সম্পূৰ্ণ কৰাৰ পাছত তোমালোকৰ সম্পূৰ্ণ ধাৰাণাই সলনি হ’ব ।
দশম মানৰ বিজ্ঞানৰ Revision Notes, MCQ, Important questions আৰু Sample Papers ৰ সম্পূৰ্ণ পাঠ্যক্ৰম ।
আমাৰ অন্যান্য আটাইবোৰ Materials Free, কিন্তু Notes সমূহ প্ৰস্তুত কৰোঁতে বছৰজোৰা অধ্যয়ন, কষ্ট, ব্যৱস্থাপনাৰ লগতে যথেষ্ট সময়ৰ প্ৰয়োজন হৈছে । আনহাতে সময়ে সময়ে আকৌ Update ৰ প্ৰয়োজন আছে । সেয়েহে ইয়াৰ বাবদ আমি কিছু মাছুলৰ ব্যৱস্থা কৰিবলৈ বাধ্য। ধন্যবাদ