দশম মানৰ বিজ্ঞানৰ Revision Notes, MCQ, Important questions আৰু Sample Papers ৰ সম্পূৰ্ণ পাঠ্যক্ৰম ।

Categories: Science Class 10
Wishlist Share
Share Course
Page Link
Share On Social Media

About Course

বিজ্ঞানৰ নোটচ প্ৰস্তুতকলৈ তুমি সমস্যাৰ সন্মুখীন হৈছা? অত্যধিক বোজা, অনিশ্চয়তা, সংশয় এইবোৰক লৈ তুমি জুৰুলা হৈছে? লগতে কেনেধৰণৰ MCQs আহিব, Question Pattern কেনেকুৱা হ’ব? কি কি শৈলী অৱলম্বন কৰিব লাগিব সেয়া তোমাৰ জ্ঞাত নহয় ? বছৰৰ গোটেই সময়কণ নোটসমূহ প্ৰস্তুত আৰু বেলেগৰ পৰা আহৰণ কৰোঁতেই পাৰ হৈ যায় ? অপ্ৰিয় হ’লে সঁচা।

কিন্তু ভয়ৰ কাৰণ কি? নিশ্চয় প্ৰতিটো সমস্যাৰেই সমাধান আছে । গতিকে আমাৰ এই পাঠ্যক্ৰমত বিজ্ঞানৰ সম্পূৰ্ণ শুদ্ধ, উপযুক্ত আৰু বৰ্তমানৰ SEBA ৰ পৰীক্ষাৰ আৰ্হি আধাৰত আধাৰিত সকলো সমল উপলব্ধ।

এই সমলখিনিয়ে যথেষ্ট তোমালোকক পৰীক্ষাত জিলিকাই তুলিবলৈ।
ইয়াতে প্ৰতিটো অধ্যায়ৰ-

 

  • সম্পূৰ্ণ REVISION NOTES,
  • দক্ষতা বৃদ্ধিৰ বাবে প্ৰত্যাহ্বানমূলক MCQ,
  • আত্মবিশ্বাস বঢ়োৱাৰ বাবে Important Questions,
  • আৰু প্ৰস্তুতি নিখুঁত কৰাৰ বাবে বাস্তৱসন্মত Sample Papers এই পাঠ্যক্ৰমত উপলব্ধ ।
  •  

বহুবছৰৰ অভিজ্ঞতা আৰু বিশেষজ্ঞৰ দ্বাৰা যত্নৰে তৈয়াৰ কৰা এই পাঠ্যক্ৰমে তোমাক চাপমুক্ত কৰি সৰ্বোচ্চ নম্বৰৰ বাবে দক্ষ কৰি তুলিব । এতিয়াই Enroll কৰা আৰু অনাগত পৰীক্ষাৰ সফলতাৰ দুৱাৰ মুকলি কৰা ।
আমি কথা দিছোঁ এই পাঠ্যক্ৰমৰ দ্বাৰা তুমি কেতিয়াও অসন্তুষ্ট নোহোৱা।

Show More

What Will You Learn?

  • ✅ সম্পূৰ্ণ Revision Notes: সহজ আৰু অধ্যায়ভিত্তিক নোটচ উপলব্ধ।
  • ✅ আকৰ্ষণীয় MCQ: SEBA ৰ নতুন আৰ্হি মতে প্ৰস্তুত কৰা MCQ।
  • ✅ Important Questions: প্ৰতিটো পাঠৰ পৰা প্ৰস্তুত কৰা অতি গুৰুত্বপূৰ্ণ প্ৰশ্নগুচ্ছ।
  • ✅ Sample Papers: পৰীক্ষাৰ আৰ্হিৰ দৰে প্ৰস্তুত কৰা প্ৰশ্ন কাকত।

Course Content

Chapter 1: ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ

Chapter 2: এছিড, ক্ষাৰক আৰু লৱণ

Chapter 3: ধাতু আৰু অধাতু

Chapter 4: কাৰ্বন আৰু তাৰ যৌগ
মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন জীৱন প্ৰক্ৰিয়া নিয়ন্ত্ৰণ আৰু সমন্বয় জীৱই কেনেকৈ বংশবিস্তাৰ কৰে? বংশগতি আৰু ক্ৰমবিকাশ পোহৰ- প্ৰতিফলন আৰু প্ৰতিসৰণ মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী বিদ্যুত বিদ্যুত - প্ৰবাহৰ চুম্বকীয় ক্রিয়া শক্তিৰ উৎসসমূহ আমাৰ পৰিবেশ প্রাকৃতিক সম্পদৰ ব্যৱস্থাপনা

Chapter 5:

Chapter 6:

Chapter 7

Chapter 8

Chapter 9

Chapter 10: পোহৰ- প্ৰতিফলন আৰু প্ৰতিসৰণ
পোহৰ কি? ই কেনেকৈ গতি কৰে ? পাঠ:10 ত আমি পোহৰৰ লগত সম্পৰ্কিত সকলো বিষয় অৰ্থাৎ প্ৰতিফলন, প্ৰতিসৰণৰ পৰা লেনছৰ ক্ষমতালৈ আটাইবোৰ বিষয় পুংখানুপুংখভাৱে আলোচনা কৰা হৈছে । নিশ্চিতভাৱে ই পৰীক্ষাত সফলতা লাভ কৰাত সহায় কৰিবই।

Chapter 11

Chapter 12

Chapter 13

Chapter 14

Chapter 15

Chapter 16

Student Ratings & Reviews

No Review Yet
No Review Yet